Tur Hoyei Rom
Surekha Chhetri
Popularity · Low
Listen
YouTube
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
देउराली भाकेर, माया, हो
जीवन यो घामछायाँ हो
মোৰ বুকুতে সাজিলি এটি ধুনীয়া চ'ৰা-ঘৰ
তাতে দেখি তোক নেলাগে ভাগৰ
বৰ বেয়াকৈ আঁকিলি মোৰ মনৰে দেৱালত
তাতে মৰম নামৰ তিনিটি আখৰ
देउराली भाकेर, माया, हो
जीवन यो घामछायाँ हो
हे, देउराली भाकेर, माया, हो
जीवन यो घामछायाँ हो
তোক আলফুলে ৰাখিলোঁ
তই নজনাকৈ কলিজাৰ চুকত
তোক আটি আটি বান্ধিবলে' খোজোঁ জান!
নেপাওঁ কাষৰত
তোক আলফুলে ৰাখিলোঁ
তই নজনাকৈ কলিজাৰ চুকত
তোক আটি আটি বান্ধিবলে' খোজোঁ জান!
নেপাওঁ কাষৰত
মোৰ পিয়াহৰে পানীটুপি হ'বিনে তয়েই?
মোৰ অজলাকৈ মনে জান তোকেই বিচাৰে, হায়!
जीवन यो घामछायाँ हो
সপোনতে আহি নিচুকাবি মোক
দুপাহি চকুৰ পতাত চুমা দিবি মোক
সপোনতে আহি নিচুকাবি মোক
দুপাহি চকুৰ পতাত চুমা দিবি মোক
প্ৰণয়-নৈ হৈ ব'ব মোৰ তেজেনো তেজে
মই তোৰ হৈয়েই ৰ'ম জনম-জনমলে'
जीवन यो घामछायाँ हो
हे, देउराली भाकेर, माया, हो
जीवन यो घामछायाँ हो