Skip to content

Tenekoi

Bishrut Saikia & Richa Gogoi
Popularity · Low

Listen

YouTube

0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced

Lyrics

Hmm hmm hmm oho ho ho Oho ho ho ho ho Hmm hmm hmm hmm চকুলো দেখিলে হাঁহিম বাৰু কেনেকৈ? হৃদয়ত ৰাখিলে ভাঙিম বাৰু কেনেকৈ? চকুলো মচি দিয়া যেনেকৈ হৃদয় সাঁচি ৰাখা যেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ Hmm hmm hmm ho ho ho Hmm hmm hmm ho ho ho Hmm hmm স্বাভিমান ৰাখিও সহি থাকা কেনেকৈ? পৰিমাণ মৰমৰ বুজি পোৱা কেনেকৈ? সন্মান ধৰি ৰাখা যেনেকৈ অম্লান মৰম বোৰ যেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ যদি সোধো আৰু কিমান মৰম আছে মোৰ বাবে? প্ৰশ্ন মোৰো যদি একে কিনো ক'বা? হেঁপাহত মাতিলে নুশুনি থাকোঁ কেনেকৈ? মৰমত বুজালে অভিমান কৰোঁ কেনেকৈ? সকলো কথা শুনা যেনেকৈ অভিমান এৰি বুজা যেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ কেনেকৈ? তেনেকৈ কেনেকৈ? তেনেকৈ Hmm hmmm hmm hmm Hmm hmmm hmm hmm Oho ho hoo oho ho hoo La la la laa la la la laa Hmm hmmm hmm hmm Hmm hmmm hmm hmm