Tumar Babe - Title Track
Popularity · Low
Listen
YouTube
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
যাবলৈ মন যায় বান্ধৈ
নাগালেণ্ড কহিমা
ঘামত তিতা কঁকালটিয়ে
কৰে হিয়া মন আমনি
চকুত চকু পৰিলে হয় মন খেলি মেলি
অ তাই আঁকৰী নে অ তাই আজলী নে
পাহাৰৰ ডালিমী
এনে লাগে তাইকে পাতিম বিয়া খনি
বগী বগী ছোৱালীৰ পাবলৈ মহিমা
যাবলৈ মন যায় বান্ধৈ
নাগালেণ্ড কহিমা