Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Roi Asu Moi
Sonit Khound, Kaustuv
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
বৰষা হৈ আহা তুমি
পলাশৰে সুবাস সানি
মুগ্ধ কৰি যোৱা
মোক আজি
মেঘালী আকাশৰ আঁৰে-আঁৰে
থকা বেলিৰ দৰে
ৰৈ আছোঁ মই
তোমালে
ৰৈ আছোঁ নীৰৱে
আহিবা নে তুমি কাষৰলে?
হেজাৰ পৰশ, বিলীন তোমাৰ
মৰম অলেষ হৃদয়তে!
ৰৈ আছোঁ তোমালে
হবাহি নে মোৰ দিথকতে?
এই নিশাৰ জোনাকী তুমি
উমলুৱাহি মৰমতে
সুবাসি মলয়াই
কোঁহে-কোঁহে সুঁৱৰে তোমাকে
পলে অনুপলে
তুমি মোৰ ক্ষণে প্ৰতি ক্ষণে!
আবেগৰে এটি - দুটি পলে
তুমি মোৰ হিয়াতে
আঁকি দিয়া তুমি
প্ৰণয়ৰে ঢৌ উলাহতে!
মনে আজি বিচাৰে তোমাকে কাষৰতে
প্ৰতি পল-প্ৰতি ক্ষণ বুকুচাতে
আঁহানা তুমি এবাৰলে!
মনে আজি বিচাৰে তোমাকে কাষৰতে
প্ৰতি পল-প্ৰতি ক্ষণ বুকুচাতে
ৰোৱাহী তুমি শেষৰলে!
ৰৈ আছোঁ নীৰৱে
আহিবা নে তুমি কাষৰলে?
হেজাৰ পৰশ, বিলীন তোমাৰ
মৰম অলেষ হৃদয়তে!
ৰৈ আছোঁ তোমালে
হবাহি নে মোৰ দিথকতে
এই নিশাৰ জোনাকী তুমি
উমলুৱাহি মৰমতে
~ itsmechinmoy