Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Dhulixona
Abhi Saikia
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
পৃথিৱী জিকি-মিকি
শুকুলা পোহৰে কৰেহি
ছিটিকি পৰিবহি
তৰাৰে চিয়াঁহী মনৰঙী
জোনে মুঠি মাৰিছে মনকে, অ' নিশা
উকা কৰি ওৰেটো ৰাতিতে জী উঠা
ধূলিসনা জোনাকৰে
আঁচলতে কি ৰহণ?
দোমোজাতে ৰিঙিয়ালে
সমীৰৰে আভৰণ
ধূলিসনা জোনাকৰে
আঁচলতে কি ৰহণ?
দোমোজাতে ৰিঙিয়ালে
সমীৰৰে আভৰণ
কেঁকুৰি আছুতীয়া
বোৱঁতী নদীৰ নীলিমা
সৰকি আধৰুৱা
বৰষাটোপালে সজোৱা
চকু মেলি চোৱাঁনা নিজানে কি পোৱা
হাঁহি দিয়াঁ গোপনে, জোনাকী পৰুৱা
ধূলিসনা জোনাকৰে
আঁচলতে কি ৰহণ?
দোমোজাতে ৰিঙিয়ালে
সমীৰৰে আভৰণ
ধূলিসনা জোনাকৰে
আঁচলতে কি ৰহণ?
দোমোজাতে ৰিঙিয়ালে
সমীৰৰে আভৰণ