Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
O Mur Lorar Mak
Zubeen Garg
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
হে ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
হে ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
ৰহদৈ কৰদৈ পাৰি পাৰি থ তই
জুতিৰে খামে দিনৰ সাজ
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
হাঁচতি পূৰাও মই তামোলৰ চালিৰে
পাণে চূণে যতনাই দে
যতনাই দে
ককালৰ তিয়নি, জাকৈ শিয়নি
কাথিৰে পৰা নমাই দে
হাঁচতি পূৰাও মই তামোলৰ চালিৰে
পাণে চূণে যতনাই দে
যতনাই দে
ককালৰ তিয়নি, জাকৈ শিয়নি
কাথিৰে পৰা নমাই দে
শাকনি বাৰীৰে লাই পালেং শাক
বেগেতে তুলি তুলি ৰাখ
মাছলৈ যাঁও নাখাওঁ শুদা ভাত।।
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
হে ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
হে ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
চুবুৰীৰ ৰংমন উভতি আহিলে
ককালৰ খালৈটি পুৰাই
খলিহনা পুঠি আৰু গৰৈ চেঙেলী
দেখি মোৰ দেহা জ্বলি যায়
চুবুৰীৰ ৰংমন উভতি আহিলে
ককালৰ খালৈটি পুৰাই
খলিহনা পুঠি আৰু গৰৈ চেঙেলী
দেখি মোৰ দেহা জ্বলি যায়
শাকনি বাৰীৰে লাই পালেং শাক
বেগেতে তুলি তুলি ৰাখ
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
ৰহদৈ কৰদৈ পাৰি পাৰি থ তই
জুতিৰে খামে দিনৰ সাজ
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত।।
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
হে ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
হে ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া.