Skip to content

Serek Serek

Rupankrita Kalita, Alankrita Kalita
Popularity · Low

Listen

YouTube

0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced

Lyrics

ए कान्छा, तिमीसँग माया गर्छु म, माया गर्छु म जति भन्दा पनि तिमी भन्दै भन्दिन ए कान्छा, मलाई तिम्रो माया चाहिन्छ, माया चाहिन्छ किन तिमी यति मलाई दुःख दिएका? किन तिमी यति मलाई दुःख दिएका? ঐ, চেৰেক্ চেৰেক্ বাঢ়নী মাৰোঁ দীঘলকৈ পদূলিত জান ঐ, আবেলি-আবেলি অ', কেৰেক্ কেৰেক্ চাইকেলৰ মাত শুনি চাওঁ ডিঙি মেলি অ' দেহা, তোমাক দেখোঁ বুলি ডুবোঁ ডুবোঁ হ'ল ৰাঙলী বেলি মৰোঁ মৰোঁ, ঐ তোমাকে ভাবি কিয় মাৰিছা-মাৰিছা মৰম গুঁজি গুঁজি? অ' দেহা, মৰম গুঁজি গুঁজি? ঐ, চিৰিক্ চিৰিক্... ঐ, চিৰিক্ চিৰিক্ খেৰ-ঘৰৰ মূধতে ঘৰ-চিৰিকা চৰায়ে জান ঐ, কিৰীলি মাৰে ঐ, তিনিআলিৰ দোকানৰ আগেদি নোৱাৰি যাবলে' অ', জোকায় পিলিঙা ডেকাই মই পিচে মন দিয়া নাই, ধন তোমালে' বুলি ৰাখোঁ হিয়াখন নোৱাৰি-নোৱাৰি বুজিব কালৈনো তোমাৰ মন! অ' দেহা, কালৈনো তোমাৰ মন! ए कान्छा, मलाई तिम्रो माया चाहिन्छ, माया चाहिन्छ किन तिमी यति मलाई दुःख दिएका? किन तिमी यति मलाई... ঐ, ছিৰিলি ছিৰিলি কৰিছে ফাগুনী পছোৱাই জান ঐ, বাৰীৰে কোলা পাই ঐ, আবেলি-গধূলি মনে যায় পাবলে' যে সদায় অ', তোমাৰ মুখৰে মিঠা মাত ঐ, চিকিমিকি বেলা আহিবাঁ, দেহা নঙলামুখত মোকে লগ পাবা পলাই দিম চাইকেলৰ কেৰিয়াত বান্ধি লৈ টোপোলা অ' দেহা, বান্ধি লৈ টোপোলা ए कान्छा, तिमीसँग माया गर्छु म, माया गर्छु म जति भन्दा पनि तिमी भन्दै भन्दिन ए कान्छा, मलाई तिम्रो माया चाहिन्छ, माया चाहिन्छ किन तिमी यति मलाई दुःख दिएका? किन तिमी यति मलाई दुःख दिएका?