Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Unmona
Tonmoy Krypton
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
সেই হাঁহি
পৰাণৰ হাঁহি
ক্ষণে-ক্ষণে বিৰিঙি যায়
পলকতে কিনো কৈ যায়?
সেই হাঁহি
পৰাণৰ হাঁহি
ক্ষণে-ক্ষণে বিৰিঙি যায়
পলকতে কিনো কৈ যায়?
হিয়াৰ ভাঁজতে সপোন আঁকি দি যায়
সেই হাঁহিটিৰ মিঠা ছবিটি চাই
মোৰ পৰাণে সপোনৰে গীত গায়
তোৰ হৃদয়ৰ প্ৰণয়ৰ উম পাই
হিয়াৰ ভাঁজতে সপোন আঁকি দি যায়
সেই হাঁহিটিৰ মিঠা ছবিটি চাই
মোৰ পৰাণে সপোনৰে গীত গায়
তোৰ হৃদয়ৰ প্ৰণয়ৰ উম পাই
মই উন্মনা
উন্মনা তোমাৰ বাবে
মই উন্মনা
উন্মনা তোমাৰ বাবে
পল-পল, পলে-পলে গাওঁ
আশাভৰা সিকিতকে'
পল-পল, পলে-পলে গাওঁ
আশাভৰা সিকিতকে'
হিয়াৰ বাঁহীত
এটি সুৰ আহি
ঘনে ঘনে বৰষি যায়
তলকতে কিনো দি যায়?
হিয়াৰ বাঁহীত
এটি সুৰ আহি
ঘনে ঘনে বৰষি যায়
তলকতে কিনো দি যায়?
মনৰ মাজতে মনে মিচিকিয়ায়
মোৰ মৰমে তোৰ সঁহাৰি পাই
মনবননিৰ ফাগুনৰ পছোৱাই
মোৰ হৃদয়ৰ ব'হাগীক নচুৱায়
মনৰ মাজতে মনে মিচিকিয়ায়
মোৰ মৰমে তোৰ সঁহাৰি পাই
মনবননিৰ ফাগুনৰ পছোৱাই
মোৰ হৃদয়ৰ ব'হাগীক নচুৱায়
মই উন্মনা
উন্মনা তোমাৰ বাবে
মই উন্মনা
উন্মনা তোমাৰ বাবে
পল-পল, পলে-পলে গাওঁ
আশাভৰা সিকিতকে'
পল-পল, পলে-পলে গাওঁ
আশাভৰা সিকিতকে'