Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Motoliya
Zubeen Garg - Topic
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
মতলীয়া বতাহে
উৰি আহি ক'লে যে
পাহাৰৰে চূড়াকে
মেঘে-মেঘে
যাচে হিয়াৰে আদৰ
জুৰিটিয়ে বেগেৰে
শিলে-শিলে জঁপিয়াই
আৱেগেৰে কৈ যায়
শুনা-শুনা
পীৰিতিৰ নাই ভাগৰ
আৱেগৰ ৰাগী বতাহত উৰে চৌদিশে
মই কিনো কৰোঁ, তুমি নাই মোৰে কাষতে!
মই আছোঁ গোপনে
তোমাৰেই যে ভাৱতে
উমলিছোঁ প্ৰতিপল
জানা-জানা
হৃদয় প্ৰেমৰ অনল
বৰণীয়া ফুলনি
আৱাহনী দোলনি
তালে-তালে নাচে পখিলাই
মোৰো বুকু কঁপিছে
উলাহতে নাচিছে
কাষৰতে তুমি পিচে নাই
মই আছোঁ তোমাৰে
দুচকুৰে পাহিতে
চাই লোৱাঁ দুচকু জপাই
মতলীয়া বতাহে
উৰি আহি ক'লে যে
পাহাৰৰে চূড়াকে
মেঘে-মেঘে
যাচে হিয়াৰে আদৰ
জুৰিটিয়ে বেগেৰে
শিলে-শিলে জঁপিয়াই
আৱেগেৰে কৈ যায়
শুনা-শুনা
পীৰিতিৰ নাই ভাগৰ
ভাৱনাৰে ওৰণি
গুচোৱাঁই আঁজুৰি
কুঁৱলীৰে মায়া আঁতৰাই
শৰীৰী ৰূপকে লৈ
চেনেহী প্ৰেয়সী হৈ
দেখা দিয়াঁ হিয়া শীতলাই
মই আছোঁ তোমাতেই
আছিলোঁ, থাকিমেই
তোমাৰ মনক নিতে পোহৰাই
মতলীয়া বতাহে
উৰি আহি ক'লে যে
পাহাৰৰে চূড়াকে
মেঘে-মেঘে
যাচে হিয়াৰে আদৰ
জুৰিটিয়ে বেগেৰে
শিলে-শিলে জঁপিয়াই
আৱেগেৰে কৈ যায়
শুনা-শুনা
পীৰিতিৰ নাই ভাগৰ