Skip to content

Tumi Aru Moi

Popularity · Low

Listen

YouTube

0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced

Lyrics

সুধিব পাৰা এহেজাৰ নিশা কাৰে নো সপোন দেখো জুখিব পাৰা বুকুৰ হেপাহ কাৰেনো হিয়ালে সাচো বিছাৰিছো কোৱা সোণ ৰবা নে হৈ মোৰেই আপোন আছিলো আছো কাষত সদায় থাকিম মৰণে মাতিলেও কথা ৰাখিম সাতো জনমৰ বান্ধোনেৰে থাকিম তুমি আৰু মই মৰম মৰম তোমাৰ দুবাহুৰে মাজতে জলাম জলাম্ লাগে দেখোন আজি নিজকে সপোন সপোন মিঠা সপোন ৰে ভাজতে গলি গলি মিলি যাম যেন তোমাতে সুখে দুখে হোৱাহি মোৰ জীৱনৰ লগৰী জনম লৈ বিছাৰিছো কোৱা সোন ৰবা নে হৈ মোৰে আপোন আছিলো আছো কাষত সদায় থাকিম মৰণে মাতিলেও কথা ৰাখিম সাতো জনমৰ বান্ধোনেৰে থাকিম তুমি আৰু মই আছিলো আছো কাষত সদায় থাকিম মৰণে মাতিলেও কথা ৰাখিম সাতো জনমৰ বান্ধোনেৰে থাকিম তুমি আৰু মই