Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Onatma
Dyou
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
এই তাই এৰি গুচি যায়
মনে আজিও তাইকে বিচাৰি যায়
হেজাৰ সপোন দেখাই
সেই সপোন লৈ আজিও আছোঁ
নিবিচাৰোঁ এই জীৱন
যত নাই তোৰ মোৰ মিলন
বিছৰাও নাই তোৰ হেই মিছা মৰম
আধৰুৱা কৰি মোক গলা তুমি বহু দুৰ
কাষত নাই যদিও বিচাৰোঁ তোৰে সুখ
কলা আকাশ কলা পোহৰ
আবৰিছে মোৰ মন
নিহত হৈ আছোঁ জীয়াই
অনাত্মা জীৱন
Every time we say
We are never gonna be seperate
এতিয়া পাগলৰ দৰে প্ৰেম কৰিব শিকাই
You've come to teach me how to hate
আজি সকলো সম্পৰ্ক কৰি শেষ
এৰি গলা নুবুজি মোৰ আবেগ
Now you suggest me to take a chill bill
Sorry নাছিলোঁ ধৰা মই মিছা বেশ
মোৰ জীৱনটো কৰিলা সপোনেৰে ভৰা
আঁতৰি গলা কিয় আপোন পাহৰা?
ধৰি ৰাখিব নোৱাৰি মই চকুলো নিগৰা
Believe me
নাছিলোঁ মই আগতে ইমানো অকৰা
হা
নাছিলোঁ মই আগতে ইমানো অকৰা
অ' মই অকৰা তোমাক লৈ
কিন্তু নিদিও আমনি আৰু তোমাক গৈ
হাঁহি থাকিবা তুমি সদাই আগৰে দৰে
মইও চলি যাম
আমাৰ স্মৃতিবোৰ আনক কৈ
হা
আমাৰ স্মৃতিবোৰ লগত লৈ
আমাৰ স্মৃতিবোৰ আনক কৈ
আমাৰ স্মৃতিবোৰ লগত লৈ
কি সঁচা কি মিছা তোৰ প্ৰেমৰ মাজত
আবেগে নেৰে মোৰ পিছা সময়ৰ ভাজত
কি মিছা আছিলে সেই মিছা প্ৰেমৰ
বিষাদে মাৰে মোক হেঁচা আজিও মনক
আবৰে বিষাদে যদিও তোক পোৱাৰ তৃষা
সামৰি আশাবোৰ
উজাগৰ কৰি নিশা
Every night I spent awake
মনত ধুমুহা আহে স্মৃতিৰ অনেক
নাজানো কিদৰে শিকিলা তুমি হাহিবলে
ইমান বছৰৰ সম্পৰ্ক কৰি break
It's my love, not a joke you've made
তোমাৰ হৈ থাকিবলৈ often you said
এতিয়া নিজেই গৈ আছে বহু দূৰত সকল
সকলো চিঙি ভাঙি বিচ্ছেদ
অ' মই নুৱাৰিছো সহজে লব
তোমাৰ দৰে জানা নীৰৱে ৰব
তুমি ঘূৰি আৰু নাহিলেও হব
মই নাযাওঁ আনক একোকে কব
Don't worry
মই নাযাওঁ আনক একোকে কব
তুমি ঘূৰি আৰু নাঁহিলেও হব
মই নাযাওঁ আনক একোকে কব