Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Holo Lolo | Coke Studio Bharat
Shankuraj Konwar
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
পৰ্বতত আছিলিগৈ বৰকাক খাই
ভৈয়ামলৈ আহিলি তই ফান্দী-চেপা পাই
অ', হল' ললৌ লাই
পৰ্বতত আছিলিগৈ বৰকাক খাই
ভৈয়ামলৈ আহিলি তই ফান্দী-চেপা পাই
অ', হল' ললৌ লাই
এ, হল' ললৌ হল' ললৌ, বগৰী-আগ খাই
তোৰ মাৰে বিদেশ গ'ল, ঐ, তোৰে নিন্দা যাই
অ', হল' ললৌ লাই
এ, হল' ললৌ হল' ললৌ, বগৰী-আগ খাই
তোৰ মাৰে বিদেশ গ'ল, ঐ, তোৰে নিন্দা যাই
অ', হল' ললৌ লাই
ओ, नदिया सूखी थी, आँसू तो मैंने दिया
ओ, घर भी छूटा और छूटा है मोरा पिया
দিহিঙে-দিপাঙে কপিলগা দিখৌৰে দলঙৰ
তলেৰে ব'ঠা বাই বিচাৰি যাওঁ, বাট হেৰাওঁ
हमको डुबाए, चलाए लहर की मर्ज़ी
राहें तेरी मैं चली, पर मंज़िलें थी दूसरी
অৰঙে-দৰঙে হাই
হাবাথুৰিৰেনো বাটেই সজাই
हम फिर मिलेंगे कहीं
कुछ देर को ही पराया हुआ तो हुआ
হল' ললৌ হল' ললৌ, বগৰী-আগ খাই
তোৰ মাৰে বিদেশ গ'ল, ঐ, তোৰে নিন্দা যাই
অ', হল' ললৌ লাই
এ, হল' ললৌ হল' ললৌ, বগৰী-আগ খাই
তোৰ মাৰে বিদেশ গ'ল, ঐ, তোৰে নিন্দা যাই
অ', হল' ললৌ লাই
আকাশত উৰিলে বগাকৈ বগলী
ভৈয়ামত ফুটিলে হিলৈ
তোকেনো বিচাৰি পাহাৰো বগালোঁ
শুননে মনৰে বিলৈ?
এ, আকাশত উৰিলে বগাকৈ বগলী
ভৈয়ামত ফুটিলে হিলৈ
তোকেনো বিচাৰি পাহাৰো বগালোঁ
শুননে মনৰে বিলৈ?
চটাই পৰেবতে ধুঁৱলী-কুঁৱলী
হাতী ধৰিবলে' যাওঁ, এ, লাহৰী
হাতী হেৰুৱালি লিহিৰী বনতে
ঘোঁৰা হেৰুৱালি ৰণতে, চেনাইটি
এ, দিনে বাগৰি যে গ'ল
যৌৱন মোৰ মৰহি গ'লেইচোন, ঐ
চোতালৰ দূবৰি বন
মোলৈ তোৰ আছেনে মন? (হল' ললৌ লাই)
হল' ললৌ হল' ললৌ, বগৰী-আগ খাই
তোৰ মাৰে বিদেশ গ'ল, ঐ, তোৰে নিন্দা যাই
অ', হল' ললৌ লাই
এ, হল' ললৌ হল' ললৌ, বগৰী-আগ খাই
তোৰ মাৰে বিদেশ গ'ল, ঐ, তোৰে নিন্দা যাই
অ', হল' ললৌ লাই