Skip to content

Kolia Meghe

Zubeen Garg Music
Popularity · Low

Listen

YouTube

0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced

Lyrics

কলীয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ অভিমানী মন গুচাবলৈ কি জানো কৰোঁ ক'নানে ঐ আলেঙে আলেঙে নিবিছাৰো অনবৰত প্ৰীতিৰে ধৰোঁ আলেঙে আলেঙে নিবিছাৰো অনবৰত প্ৰীতিৰে ধৰোঁ কলীয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ হিয়াঁৰে ভৰালত মৰম শালি ধান ডুলিয়ে ডুলিকৈ লৈয়ে যাবা জান আকুলতা দিয়াহি মোক এশাৰী মাতে ঐ মোলৈ নোচোৱানে কলীয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ কাষত ৰ'লেও আজি দূৰে দূৰে যেন পাওঁ ভুল ক'ত কি বাৰু বিচাৰি নাপাওঁ ভালপোৱা বোৰে কয় মই তোমাৰে ঐ জনমে জনমে কলীয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ অভিমানী মন গুচাবলৈ কি জানো কৰোঁ ক'নানে ঐ আলেঙে আলেঙে নিবিছাৰো অনবৰত প্ৰীতিৰে ধৰোঁ আলেঙে আলেঙে নিবিছাৰো অনবৰত প্ৰীতিৰে ধৰোঁ কলীয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ কলীয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ কলীয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ