Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Bohona
Tavreed feat. Nihar Kashyap & Aykaax
Popularity · Low
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
অ', মোৰে বহনা, বুকুৰে বতৰা কিয়নো নোকোৱা হ'লা?
কথা দি, কথা দি এতিয়া, বহনা, কিয়নো আঁতৰি গ'লা?
চোতালৰে দূবৰি, বাটে কিৰীলি
লিহিৰী বিৰিণা বনতে আজিও আছ নাচি
দোলনি-দোপনি ঘাঁহেৰে শুৱনি পথাৰখনি
মদাৰৰ ৰঙা ৰং, দিবাঁ মৰম অকণ, দিবাঁ দেই আঁচলখনি
জীৱন দুদিনীয়া মোৰে ৰয়, বহনা
কিনো তাঁতৰ শালে পাতিলা, বহনা?
তাঁতৰ গানে মাৰি ক'তেনো ৰাখোঁ, ঐ!
কিনো মায়াজালত পৰিলোঁ, ঐ!
দেহাতে জ্বলিছে যৌৱনৰ জীয়া একুৰা জুই
ইচাটি-বিচাটি তোৰে গা, যৌৱনো ব্যাকুল
মনেও গোনাইছে, আশাও পালিছোঁ, বিধাতাই পাতিব যোৰ
কাহানিকৈ আহিবা কৰিব শুৱনি পঁজাটি মোৰ?
দেহাতে জ্বলিছে যৌৱনৰ জীয়া একুৰা জুই
ইচাটি-বিচাটি তোৰে গা, যৌৱনো ব্যাকুল
মৰমৰ নাচনী, চেনেহৰ চাৱনি, এৰি যা সুখৰে ভাত
ঐ, লিখনি-পোতনি খালেও চলিব যদি পাওঁ মৰমৰ মাত, অঁ
জীৱন দুদিনীয়া মোৰে ৰয়, বহনা
কিনো তাঁতৰ শালে পাতিলা, বহনা?
তাঁতৰ গানে মাৰি ক'তেনো ৰাখোঁ, ঐ!
কিনো মায়াজালত পৰিলোঁ, ঐ!
প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঐ
গছে-বনে সলালে পাত
ততে নাই নাচনীৰ গাত