Skip to content
Lyric
Dive
Public playlists
My playlists
Search
Sign in
Jonome Jonome
Nilav Nita
,
Joy Nirvan
Popularity · Moderate
+
🇧🇩 Bangla · Original
0
0
Listen
YouTube
1
2
3
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
Original
Translation
Bilingual
ৰ' লাগি ৰৈ ৰৈ চাম
তই মানা কৰিলেও
মৰমতে চুমাটি দিম
তই ৰঙা চিঙা পৰিলেও
খঙত হ'লেও হাঁহি দে
তোলৈ চাই সুখী হ'ম
মই অভিমানী হ'লেও
অভিমান নহ'ব কম
জনমে জনমে
মৰম দি উমলাম
মই তোৰ অভিমানক
জানিলেও জগতে জানক
তোক লাগে মোক
নালাগে আনক
প্ৰতিটো পুৱা আবেলি
তোক লাগে কম
ভগবানক
তোৰ লগতে জীৱ্ন জীয়াই ল'ম
তোৰ লগতে মৰিও চায় হ'ম
সাৰথি হৈ থাকিবি
দুচকুতে সঁজাই থ'ম
উকাকৈ কপালত
লিখিল'ম তোৰে নাম
বহুতৰেমাজতে
মইমাথোঁ তোলৈ চাম
শুদাকৈ হ'লেও
তোৰ হাতেৰে এমুঠি খাম
লগতে মই জীয়াই লৈ
লগতে মই মৰি যাম
জনমে জনমে
মৰম দি উমলাম
মই তোৰ অভিমানক
জানিলেও জগতে জানক
তোক লাগে মোক
নালাগে আনক
প্ৰতিটো পুৱা আবেলি
তোক লাগে কম
ভগবানক
তোৰ লগতে জীৱন জীয়াই ল'ম
তোৰ লগতে মৰিও চায় হ'ম
সাৰথি হৈ থাকিবি
দুচকুতে সঁজাই থ'ম
জনমে জনমে
জনমে জনমে
মৰম