Skip to content

Sonowal Kachari

Chandan Das, Dimpy Sonowal
Popularity · Low

Listen

YouTube

0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced

Lyrics

ই, ঐ... হে কছাৰী কছাৰী সোনোৱাল কছাৰী সদিয়াত পাতিল থান ই, ঐ... পূজা দিবলৈকে যুৰিয়া গাহৰি আৰু লাগে তামোল পাণ । ই, ঐ... কছাৰী কছাৰী সোনোৱাল কছাৰী কছাৰী কছাৰী সোনোৱাল কছাৰী সদিয়াত পাতিল,সদিয়াত পাতিল থান পূজা দিবলৈকে যুৰিয়া গাহৰি পূজা দিবলৈকে যুৰিয়া গাহৰি আৰু লাগে তামোল,আৰু লাগে তামোল পাণ অই উজনিৰে হলি তই, নামনিৰে ডেকা মই উজনিৰে হলি তই, নামনিৰে ডেকা মই তথাপি মৰমবোৰ, তথাপি চেনেহ দিবিনে মোক... ঢোল বাবও নেজানো বিহু গাব মই নেজানো ঢোল বাবও নেজানো বিহু গাব মই নেজানো মৰমী মাতেৰে চেনেহৰ কথা কবিনে মোক বব মনে গ'লে চেলেং আৰু সূতা বব মনে গ'লে চেলেং আৰু সূতা ঐ জান ঐ জান ঐ জান ঐ হাতৰো নহলং হাতৰো নহলং.কাজী যাব মনে গলে পিলিঙা ডেকালৈ যাব মনে গলে পিলিঙা ডেকালৈ ঐ জান ঐ জান ঐ জান ঐ কপালত নাহিলং, কপালত নাহিলং.সাধি ঔৰে গছতে বগী বিলত জাকৈ বাং মৌৱে বাহেঁ ল'লে বগী বিলত জাকৈ বাং ঔৰে গছতে বগী বিলত জাকৈ বাং মৌৱে বাহেঁ ল'লে বগী বিলত জাকৈ বাং ককাই পাৰি দিয়া খাঙে হে... হেই বগী বিলত জাকৈ বাং, ঘৰত বাৰু সুধি চাং যাব দিলে যাব দিলে বিহুলৈ যাং এতোলা সোনেৰে বগী বিলত জাকৈ বাং মাদলি গঢ়াই দে বগী বিলত ঝাকৈ বাং এতোলা সোনেৰে বগী বিলত জাকৈ বাং মাদলি গঢ়াই দে বগী বিলত ঝাকৈ বাং বিহু মাৰিবলৈ জাঙে হে... হেই বগী বিলত জাকৈ বাং, ঘৰত বাৰু সুধি চাং যাব দিলে যাব দিলে বিহুলৈ যাং ঐ উজনি আৰু নামনি, মৰমৰে চানেকি উজনি আৰু নামনি, মৰমৰে চানেকি নাই কোনো ভেদাভেদ আমাৰ ঐ মনৰ মাজতে চেনেহৰে বিহুটি জাতিটোৰে চিনাকি চেনেহৰে বিহুটি জাতিটোৰে চিনাকি একতাৰ ডোলেৰে বান্ধিনো ৰাখিছে যুগে যুগে... আমি অসমীয়া নহয় যে দুখীয়া আমি অসমীয়া বিহুতে বলিয়া একতা আমাৰে, একতা আমাৰে ভেটি জাতি জনজাতি সকলোকে সাঙুৰি জাতি জনজাতি সকলোকে সাঙুৰি আমাৰ এই অসমীয়া আমাৰ এই অসমীয়া জাতি...