Durniti
Popularity · Low
Listen
YouTube
0:00 / 0:00
Loading YouTube player...
Lyrics offset
Synced
Lyrics
মানুহৰ জীৱন কচুপাতৰ পানী
মোৰ মুখৰ কথা নহয় দে
এয়া মহৎ লোকৰ বাণী
সময় খোবেই কম
সময়ৰ নাটনি
তথাপিটো শুন আজি দেশৰ কাহিনী
অনাচাৰ অবিচাৰ বি-বিচাৰৰ সমাহাৰ
দুৰ্নীতিৰ এই কালচক্ৰত শূন্য মানৱ অধিকাৰ
দেকা বুঢ়া সকলোৱে নোৱাৰি মানিছে সাৰ
সোণৰ অসম গঢ়াৰ সপোন ভাঙি ছিঙি ছাৰখাৰ
স্বাধীনতাৰ মূল্য নাই সেই দেশত থাকি লাভ কি
চাউলৰ কেজি চল্লিশ টকা দিন দুখিয়াই খাব কি
দুশ বছৰ পৰাধীনতৰা এটা দিনো পাহৰা নাই
স্বাধীনতা পায়ো কি লাভ স্বাধীনতাৰ মূল্য নাই
আজিৰ এই অসমখনত সমস্যাৰ অন্ত নাই
নামত আমি চব অসমীয়া কামৰ বেলিত পলাই যায়
বম্ব ব্লাষ্ট অপহৰণ সত্যাকাণ্ড বলাৎকাৰ
এয়ে নেকি আজি আমাৰ স্বাধীনতাৰ উপহাৰ
SOS Savage of the street
Savage shitt yeah
let's get over this now
লুইতৰ পাৰৰে অসমবাসী নিজকে এবাৰ চোৱাচোন সুধি
আবেহ কিয় যে দেশৰ এই দুৰ্নীতি
এই দেশৰ এই দুৰঅবস্থা কিয় আজি
লুইতৰ পাৰৰে অসমবাসী নিজকে এবাৰ চোৱাচোন সুধি
আবেহ কিয় যে দেশৰ এই দুৰ্নীতি
এই দেশৰ এই দুৰঅবস্থা কিয় আজি
অসম আমাৰ ৰূপহী গুণৰু নাই শেষ
ভাৰতৰে পূৰ্বদিশৰ সূৰ্য উঠা দেশ
কিমান বেলি উদয় হল?
কিমান বেলি অস্ত গ'ল?
স্বাধীনতা পায়ো লাভ একো নহ'ল
আবে কিহৰ তোমালোক অসমীয়া নাহে কোনো একতা
বাংলাদেশী ধৰ্ষণকাৰি নাহে কোনো কৰোতা
আছে খালি চাওঁতা
ঘটনাৰ মজা লোৱা অসমীয়া জনতা
বাহ বাহ বাহ
চোৱা অসমীয়াৰ কাণ্ড
বাংলাদেশীৰ আগমণত দেশ লণ্ড ভণ্ড
বাংলাদেশীৰ প্ৰব্ৰজনে দেশ কৰিলে ধ্বংস
এয়াই আমাৰ চৰকাৰ চব দেখা পায়ো অন্ধ
থোৱা তোমাৰ ৰাজনীতি নাবালিকাৰ ধৰ্ষণ
শুনি শুনি কাণ পকী গ'ল নাৰীবোৰৰ নিৰ্যাতন
ধৰ্ষিতা যুৱতীৰ আতংকিত কন্দন
কোনে আজি কৰিব সেই আতংকৰ বিনাশন
মাআআআ
ইলেকচনৰ আগত আহি ঠিকচে দিয়ে ভাষণ
ইলেকচন জিকাৰ পিছত পাহৰি যায় শাসন
ভেজালৰ কৰ্ম কান্তই ধৰা দৈনিক পত্ৰিকা
স্বাধীন হোৱাৰ ৭০ বছৰ পিছতো এই অৱস্থা
কিমান আৰু হ'ব কেচ কাল
কেতিয়া আহিব একতা
সোনকালে জাগি উঠা অসমীয়া জনতা
ভেন মুখাৰ্জীৰ ৰেপ গানৰ একচেটিয়া আক্ৰমণ
চবেই মিলি দেশ বচাম (??????)
1671 mugalo ne kiya hamla
assam me lehraya tha mughalo ka jhanda
pure desh m fela tha unka aatang ka chaya
mahilao ka rape or baloko ki hatya
tab aaya masiha sab ka chuta tha pasina
name tha uska Lachit Borphukan
kaun larega abeh kismehe dum
kaun larega abeh kismehe dum
yudh bhumi kaap utha aak hi dahar mee
100 dushman marne lage aak hi prahar me
woh chillaya "Ami sob Akhomiya"
kaal banke aaya tera rok sake toh rok le
mughalo ko bhagana unka tha aabhiyan
desh basake prano ka diya balidan
bharat me banaya Assam ka pehsan
or us pehsan ko aaj hamne kiya ha badnam
lalat ha tum jese deshwashiyo pe
lalat ha tum jese deshwashiyo pe
jo aapno me jhagharte ho
aanyay tum sehte ho
aatyasar sehte ho or ladne se tum darte ho
kish bat ka hain dar tujhe mout sabko aayegi
kiya faiyeda ush jivan ka jo har wakt rulaiyegi
bhulna maat hamari 200 sal ki gulami
pehle tu gulam tha aaj tu insan nahi
pehle tu gulam tha aaj tu insan nahi
pehle tu gulam tha aaj tu insan nahi
pehle tu gulam tha aaj tu insan nahi
pehle tu gulam tha aaj tu insan nahi
yeah
SOS
Savage of the street
its a savage shitt
yeah